Saturday, July 17, 2010

বৰষুণ

শব্দস্নাতা এজাক বৰষুণে আজি
ধোৱাই নিলে মোৰ অৱসাদৰ ত্ৰিশটা বসন্ত

আজি বৰষুণ পৰিছে
চিপ্ চিপ্ বৰষুণৰ টোপালে মোৰ বুকুত বজাইছে
লৰালিৰ চোতালত হেৰাই যোৱা নিচুকনি গীত ।

২০১০

2 comments:

Pankaj Jyoti Mahantaপংকজ জ্যোতি মহন্ত said...

মোৰ blog ত আপোনাৰ মন্তব্য পালো। ভাল লাগিল। ....মোৰ অনুমতি নিশ্চয় আছে।

Pankaj Jyoti Mahantaপংকজ জ্যোতি মহন্ত said...

আপোনাৰ কবিতাই মোৰ বুকুত এটা নিচুকনি গীত বজালে.....