Wednesday, May 26, 2010

মৌনতাত মুগ্ধ এখন নদী

সময়ৰ দাপোনত বিদীৰ্ণ এক পৰিক্ৰমা
এক উচ্ছাস, এক বেদনা, এক মূৰ্ত্ত সংলাপ

সোৱনশিৰি
মৌনতাত মুগ্ধ এখন নদী
কৈশোৰ আৰু যৌৱনৰ স্মৃতিময় বালিচাপৰি

2 comments:

সুশান্ত কর said...

ভাল লাগিল আপোনাৰ ব্লগ পঢ়ি !

যামিনী অনুৰাগ said...

ধন্যবাদ । মই বহুদিনৰ পৰা আপোনাৰ ব্লগ পঢ়ি আহিছো । আকৌ লগ পাম ।